Mariam Austin Athaba Hira Baruah অৰূপা পটংগীয়া কলিতা
Step into an infinite world of stories
5
Short stories
মানবীয় অনুভূতিবিলাকৰ এক সঞ্জীৱনী শক্তি থাকে, যাৰ জৰিয়তে হোৱা জীৱনৰ আৱাহন আৰু আৰাধনাই কলাক প্ৰত্যয়জনকভাৱে সঞ্জীৱিত কৰি ৰাখিব পাৰে। আশ্চৰ্য্যজনক সৰলতা, অভিমানী মন আৰু বিষাদ-সংগীতৰ আৰাধনাই আৱৰি ৰখা এমুঠি গল্প। ১৬ টা ভিন্নস্বাদৰ গল্প। এই গল্প সমূহৰ ভিতৰত কি আছে জানিবলৈ শুনক ষ্টৰীটেল যোগে গীতালি বৰাৰ "অৰ্গল খোলা প্ৰিয়ম্বদা"।
© 2021 Storyside IN (Audiobook): 9789353988364
Release date
Audiobook: 10 February 2021
Tags
English
India