Step into an infinite world of stories
4.1
Short stories
অতনু ভট্টাচাৰ্যৰ 'নীলাৰ কাৰণে অলপ ভালপোৱা'ত আছে ১২টা গল্প য'ত কেতিয়াবা বিচৰণ কৰে বাসৱীৰ দৰে এগৰাকী দুখী যেন লগা যুৱতীয়ে। নতুবা ৰামানুজৰ দৰে এজন দুৰ্দান্ত প্ৰেমিকে। হয়তো এগৰাকী অন্ধ মা বা এজন বৃদ্ধ দেউতা হৈ পৰে গল্পৰ কাৰণ,কেতিয়াবা আকৌ নীলাৰ কাৰণে বুকুৰ কোনো এক কোণত গোপনে সাঁচি ৰাখে অলপ ভালপোৱা। অতনু ভট্টাচাৰ্যৰ গল্প মধ্যবিত্ত প্ৰাত্যাহিকতাৰ দলিল। সংযত আৱেগ, প্ৰাঞ্জল ভাষা আৰু উপযোগী উপস্থাপনেৰে সমৃদ্ধ যাৰ সৃষ্টি। গল্পসমূূহত মানুহৰ দৈনন্দিন জীৱনৰ কিছু সৰু সুৰা ঘটনাৰ মাজেৰে উন্মোচিত হৈছে মানৱীয় অভিজ্ঞতাৰ কিছুমান তিক্ত-মধুৰ তাৎপৰ্য। আহক এইবাৰ 'ষ্টৰীটেল'যোগে শুনোঁ এইগৰাকী প্ৰখ্যাত কবি, গল্পকাৰৰ "নীলাৰ কাৰণে অলপ ভালপোৱা"।
© 2021 Storyside IN (Audiobook): 9789353988432
Release date
Audiobook: 14 February 2021
Tags
English
India