Asimot Jar Heral Sima কাঞ্চন বৰুৱা
Step into an infinite world of stories
4.6
Short stories
সাম্প্ৰতিক সময়ৰ অতি শক্তিশালী তথা জনপ্ৰিয় গল্পকাৰ অনুৰাধা শৰ্মা পূজাৰীৰ গল্পৰ সোৱাদ এইবাৰ লওঁক ষ্টোৰীটেলত। অনুৰাধা শৰ্মা পূজাৰীৰ 'নয়নতৰা আৰু ১১টা গল্প'ৰ কেইবাটাও গল্পত নাৰীশক্তিক সুন্দৰকৈ প্ৰকাশ কৰা হৈছে। 'এজন বীৰৰ মৃত্যু'ত তথাকথিত বীৰজনৰ দৰ্পচূৰ্ণ হোৱাৰ বৰ্ণনাই মন চুই যায়। 'ওপৰলৈ যোৱা বাট'ত হৰিদ্বাৰ-হৃষিকেশৰ অতি-সুক্ষ্ম বৰ্ণনাই চাক্ষুষ অভিজ্ঞতাৰ অনুভুতি আনি দিয়ে। তেনেদৰে 'নয়নতৰা' গল্পটোতো বাস্তৱৰ ছবিখন ফুটাই তোলাত গল্পকাৰ বিশেষভাৱে সফল।
© 2021 Storyside IN (Audiobook): 9789353988418
Release date
Audiobook: 24 March 2021
English
India