Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
Step into an infinite world of stories
অসমীয়া সাহিত্যৰ ৰহস্যসম্ৰাট ৰঞ্জু হাজৰিকা। তেখেতৰ প্ৰায়খিনি গ্ৰন্থতেই সততে দেখা যায় ৰহস্যৰ প্ৰয়োভৰ। তেনে এখনি গ্ৰন্থ "নষ্ট পুৰুষ, ভ্ৰষ্টা নাৰী"। দুটা বেলেগ কাহিনী সন্নিৱিষ্ট কৰা হৈছে গ্ৰন্থ খনত। প্ৰথম কাহিনী "পানীৰ তলৰ আকাশ"। য'ত বিশ্বাসঘাতকতাৰে প্ৰেমৰ শেষ পৰিণতি কি হয় তাক তুলি ধৰা হৈছে। আনটো কাহিনী "শূন্যতাত কঁপে স্নায়ু"। য'ত অস্থাৱৰ সম্পত্তিৰ মোহত অন্ধবিশ্বাসৰ বলি হ'বলৈ গতি ভাস্বতীক কেনেকৈ হত্যা কৰা হৈছিল, সেই কথা আছে।
© 2021 Storyside IN (Audiobook): 9789354836350
Release date
Audiobook: 4 October 2021
English
India