Step into an infinite world of stories
5
Teens & Young Adult
প্ৰকাশৰ পিছতে বিক্ৰিৰ অভিলেখ সৃষ্টি কৰা ড০ ৰুবুল মাউতৰ আত্মজীৱনীমূলক গ্ৰন্থ 'মোৰো এটা সপোন আছে'ত 'সপোন দেখাতে সিজিব কৰ্ম' এই কথাষাৰৰ সাৰ্থক স্বাক্ষৰ উপস্থাপন কৰা হৈছে। তিনিচুকীয়া জিলাৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী দুৰ্গম অঞ্চলৰ পৰা এটা ক্ৰমবৰ্ধমান স্বপ্নসূত্ৰৰ আঁত ধৰি আমেৰিকালৈ কৰা বিজ্ঞানযাত্ৰাৰ এই কাহিনীয়ে আমাক দিয়ে অনুপ্ৰেৰণাৰ প্ৰবল স্ৰোত। কৃষক পুত্ৰ ড০ মাউতে কঠোৰ সংগ্ৰামৰ মাজেৰে পাৰ কৰা শৈশৱ-কৈশোৰ তথা জীৱনৰ ঘাত-প্ৰতিঘাত, আমেৰিকাত কৰা বৈজ্ঞানিক উদ্ভাৱন আৰু শৰ্যাগত পিতৃৰ সৈতে সম্পৰ্কিত এই সংবেদনশীল কাহিনীয়ে বহু সময়ত আপোনাৰ চকু সেমেকাই তুলিব। পঢ়ুৱৈৰ মাজত বিপুলভাৱে সমাদ্ৰিত 'মোৰো এটা সপোন আছে' এইবাৰ শুনক ষ্টৰীটেলত, ভাস্কৰজ্যোতি আচাৰ্য্যৰ কণ্ঠত।
© 2022 Storyside IN (Audiobook): 9789355444936
Release date
Audiobook: 1 January 2022
English
India