Xongskar মামণি ৰয়ছম গোস্বামী
Step into an infinite world of stories
5
Biographies
অসমীয়া সাহিত্যত নাৰীকণ্ঠক এক বিশেষ স্থানত উপনীত কৰোৱাত ড০ মামণি ৰয়ছম গোস্বামীৰ অৱদান অনস্বিকাৰ্য। মামণি ৰয়ছমৰ নিজৰ ভাষাত, 'আধালেখা দস্তাবেজ' তেখেতৰ জীৱনৰ উন্মুক্ত তথা মৰ্মস্পৰ্শী প্ৰকাশ। কিতাপখনত সন্নিবিষ্ট জীৱন-বৰ্ণনাসমূহ ইমানেই জীৱন্ত আৰু বলিষ্ঠ যে ড০ গোস্বামীৰ ব্যক্তিগত জীৱনকো ই বিতৰ্কৰ আওতালৈ টানি আনিছিল।লেখিকাৰ কলমত প্ৰাণ পাই উঠা বৃন্দাবনৰ সুক্ষ্মাতিসুক্ষ্ম বিবৰণে পাঠকৰ সন্মুখত সেই সময়ৰ ভাৰতৰ সামাজিক-সাংস্কৃতিক মেপখনৰ এখন জীৱন্ত, প্ৰাঞ্জল ছবি দাঙি ধৰে।
© 2021 Storyside IN (Audiobook): 9789354340390
Release date
Audiobook: 6 June 2021
Tags
English
India