Cotton College নবীন বৰুৱা
Step into an infinite world of stories
অসমীয়া গল্পৰ জগতখনৰ এটা পৰিচিত নাম গীতালি বৰাৰ প্ৰথম উপন্যাস 'বুদ্ধজায়া' অসমীয়া সাহিত্যত এক গুৰুত্বপূৰ্ণ সংযোজন বুলি ক'ব পৰা যায়। ইতিহাস সমল আৰু কল্পনাৰ সংমিশ্ৰণ ঘটা কাহিনীটোত বৰাৰ স্বকীয় কথনশৈলীৰ সোৱাদ ইতিমধ্যে পঢ়ুৱৈয়ে পাইছে। ষ্টোৰীটেলৰ প্ৰস্তুতিত 'বুদ্ধজায়া' এইবেলি শুনক প্ৰণামী কৌশিকৰ কণ্ঠত।
© 2021 Storyside IN (Audiobook): 9789353988104
Release date
Audiobook: 27 April 2021
Tags
English
India