Xorobjaan লক্ষ্মীনাথ বেজবৰুৱা
Step into an infinite world of stories
এহাল বুঢ়া বুঢ়ীৰ সাত পো। পোৱে প্ৰতি একোজনী বোৱাৰী। সৰু বোৱাৰী বোলে সাইলাখ লখিমী। বুঢ়া বুঢ়ীয়ে কৈ যায় ছয় পো-বোৱাৰীক। সেই লখিমী বোৱাৰীৰ কাহিনীৰে এটি সাধু আহাচোন শুনো আমাৰ সকলোৰে মৰমৰ চেতনা দাস আইতাৰ মাতত!
© 2021 Storyside IN (Audiobook): 9789354341809
Release date
Audiobook: 29 May 2021
English
India