Gopal Eta Bhal Lora অপূৰ্ব শৰ্মা
Step into an infinite world of stories
4.5
Short stories
ল'ৰাটোৰ নাম ধোন্দা। পিতৃহাৰা সৰু ল'ৰাটোৱে এদিন এটা জোঁকাৰণিত চক খাই সাৰ পাই উঠে। মাকে কয় সেইয়া ভূঁইকপ। পিছদিনা সমনীয়াই তাৰ ভূঁইকঁপৰ কথা শুনি ফিচিঙা-ফিচিঙি কৰে। মনটোত আউল লাগে তাৰ। দুদিনমান পিছত তাক এৰি গুচি যায় মাক। অকলশৰীয়া ল'ৰাটোক মোমায়েকে লৈ যায়। তাৰ জীৱনটোৱে মূৰ সলাই। কালক্ৰমত সি হৈ পৰে আই থানৰ এজন দেওধাই। অথচ সৰুতে অনুভৱ কৰা সেই ভূঁইকঁপে এৰা নিদিয়ে তাক। কিন্তু কেনেকৈ? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক প্ৰথিতযশা গল্পকাৰ অপূৰ্ব শৰ্মাৰ গল্প "ধোন্ দা"
© 2021 Storyside IN (Audiobook): 9789353988227
Release date
Audiobook: 10 October 2021
English
India