Asimot Jar Heral Sima কাঞ্চন বৰুৱা
Step into an infinite world of stories
খেতিয়ক ফৰিঙৰ পিঠা খোৱাৰ মন। পিছে পিঠা খোৱাৰ পিছতে ফৰিঙৰ নাম সৰৱজান হ'ল কেনেকৈ? দশোদিশে সৰৱজান নামেৰে জনাজাত হৈ কি কৰিলে ফৰিঙে? পাৰিলে নে ৰজাৰ সন্মুখত সকলো উত্তৰ দিব? 'হাদৈ বুলোতে ওলাল হাৰডাল এতিয়াহে ফৰিঙৰ মৰণৰ পাল'! আহাচোন সাধুটো শুনো আমাৰ সকলোৰে মৰমৰ চেতনা দাস আইতাৰ মাতত!
© 2021 Storyside IN (Audiobook): 9789354340048
Release date
Audiobook: 29 May 2021
Tags
English
India