Cotton College নবীন বৰুৱা
Step into an infinite world of stories
বঙলা ঘৰৰ নৰনাথ পণ্ডিতৰ নুমলীয়া জী অপৰাজিতা। প্ৰেম বিৰহ কাৰুণ্যৰে জীৱন্ত 'অপৰাজিতা'ত আপুনি বিচাৰি পাব পৰিচিত সমাজখনৰে কিছু অপৰিচিত দিশ। ইংৰাজে ভাৰতত শাসন কৰা সময়তে মূৰ দাঙি থিয় হৈ উঠা তেলীয়া সোণাৰী গাঁৱৰ এখন বঙলা ঘৰ। সময়ৰ লগত খোজ মিলাই থিয় দি থাকিব পাৰিলেনে সেই বঙলা ঘৰ? জীৱন যুঁজত অপৰাজিত হয় ৰ'ব পাৰিলে নে অপৰাজিতা? দেউতাকৰ প্ৰিয় জীয়ৰী অপৰাজিতাৰ কাহিনী জানিবলৈ শুনক ষ্টৰীটেল যোগে অৰ্চনা বৰঠাকুৰৰ 'অপৰাজিতা'।
© 2021 Storyside IN (Audiobook): 9789353988142
Release date
Audiobook: 10 January 2021
English
India