Step into an infinite world of stories
সৰুতে ঘাট মাউৰা হোৱা এহাল ল'ৰা ছোৱালী পুণ্ডৰীক আৰু শৰ্মিষ্ঠা। পুণ্ডৰীকৰ মৰমৰ ভগ্নী শৰ্মিষ্ঠা। ভনীয়েকক সকলো প্ৰকাৰে সুখী কৰি ৰাখিবলৈ বিচাৰে পুণ্ডৰীকে। চাকৰিৰ অজুহাতত পুণ্ডৰীক থাকে ঘৰৰ বাহিৰত। পুণ্ডৰীকে কি চাকৰি কৰে সেই কথা পিছে ভনীয়েকে নাজানে। কিন্তু যেতিয়া জানিলে তেতিয়া কথাবোৰেই সলনি হৈ গ'ল। ৰোগাক্ৰান্ত হৈ পৰা পুণ্ডৰীকৰ ভনীয়েকে পুণ্ডৰীকক কোনো কথাই ক'বলৈ সুবিধা নাপালে। কিন্তু কিয়? হঠাতে পুলিচে কিয় পুণ্ডৰীকক বিচাৰি আহিল? পুলিচৰ চকুত ধূলি দি পলাই অহা পুণ্ডৰীকক মৰ্মূষ অৱস্থাত উদ্ধাৰ কৰা দেৱযানীয়ে বা কোন হয়? শেষ পৰিণতি কি হ'ল পুণ্ডৰীকৰ? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস "সুৰংগৰ মাজেৰে"।
© 2021 Storyside IN (Audiobook): 9789354838491
Release date
Audiobook: 13 October 2021
English
India