Ostoraag হোমেন বৰগোহাঞি
Step into an infinite world of stories
কাহিনীৰ নায়ক প্ৰহ্লাদ পেছাগত ভাবে এজন সাংবাদিক। পঢ়া শুনাত আগ্ৰহী প্ৰহ্লাদ বহুত সৰুৰে পৰাই মাক্সিজিম, কমিউনিজম ত বিশ্বাসী আছিল। কিন্তু কি পৰিস্থিতিত শৈশৱতে এই বিলাকৰ প্ৰতি আকৰ্ষিত হৈছিল প্ৰহ্লাদ ? আৰু প্ৰহ্লাদৰ দেউতাক? সমগ্ৰ অঞ্চলটোতে আদৰ্শবাদী সাংবাদিক বুলি নাম থকা প্ৰহ্লাদৰ আৰ্থিক অৱস্থা আছিল সাংঘাটিক বেয়া। নিজৰ পৰিয়ালক সময়মতে এসাঁজ খুৱাব নোৱাৰি অনুশোচনাত দগ্ধ হৈছিল প্ৰহ্লাদ। প্ৰহ্লাদৰ হৃদয় অন্তৰ্দ্বন্দ্বৰে ৰক্তাক্ত হৈছিল। কিয়? এই সকলোখিনি জানিবলৈ শুনক ষ্টৰীটেল যোগে প্ৰথিতযশা সাংবাদিক, অসমীয়া সাহিত্যৰ এক মহীৰূহ হোমেন বৰগোহাঞিৰ উপন্যাস "তিমিৰতীৰ্থ"।
© 2021 Storyside IN (Audiobook): 9789353988494
Release date
Audiobook: 14 February 2021
Tags
English
India