Mur Hridoy Ekhon Juddhakhetra হোমেন বৰগোহাঞি
Step into an infinite world of stories
জ্ঞানপীঠ বিজয়ী কথাশিল্পী মামণি ৰয়ছম গোস্বামীৰ 'তেজ আৰু ধূলিৰে ধুসৰিত পৃষ্ঠা' এখন বহুলপঠিত গ্ৰন্থ। বহু স্পৰ্শকাতৰ ঘটনাৰ চাক্ষুষ তথা হৃদয়স্পৰ্শী বিবৰণে গ্ৰন্থখনিক অনন্য কৰি তুলিছে। ড০ গোস্বামীৰ দিল্লীত থকা কালচোৱাৰ এক দলিল এই গ্ৰন্থখনে দিল্লীৰ বহু ঐতিহাসিক স্মৃতিচিহ্নৰ কথা আছে। মামণি ৰয়ছমৰ কলমত প্ৰাণ পাই উঠা দিল্লীৰ সামাজিক, ৰাজনৈতিক তথা কিছু ব্যক্তিগত কথাই কিতাপখনৰ পঠন অতি নিবিড় কৰি তোলে।
© 2021 Storyside IN (Audiobook): 9789353987756
Release date
Audiobook: 8 October 2021
English
India