Dhura Kauri aru Tiposi Sorai লক্ষ্মীনাথ বেজবৰুৱা
Step into an infinite world of stories
জীয়েক তেজীমলা সাউদৰ নয়নৰ মণি। পিছে মাহীমাকে হ'লে তাইক চকু পাৰি দেখিব নোৱাৰে। সাউদ বনিজলৈ যোৱাৰ পিছত তেজিমলাৰ কি হ'ল বাৰু? সাউদৰ বাৰীৰ নেমু চিঙিবলৈ যোৱা গৰখীয়া ল'ৰাহঁতে নেমুগছত তেজিমলাৰ মাত কেনেকৈ শুনিলে? ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ 'বুঢ়ী আইৰ সাধু'ৰ পৰা তুলি অনা তেজিমলাৰ কৰুণ সাধুটো এইবাৰ পঢ়িছে আমাৰ আটাইৰে মৰমৰ চেতনা দাস আইতাই।
© 2021 Storyside IN (Audiobook): 9789354340840
Release date
Audiobook: 18 May 2021
Tags
English
India