Burha-burhi aru xiyal লক্ষ্মীনাথ বেজবৰুৱা
Step into an infinite world of stories
বান্দৰ আৰু শিয়ালৰ মাজত বন্ধুত্ব হ'ল। জন্তুৰ ভিতৰত শিয়াল হ'ল মহা ধূৰ্ত। পিছে বান্দৰ মহাশয়ো কম নহয়। চতুৰ বান্দৰ। দুয়োজনৰ মাজত বন্ধুত্ব হোৱাৰ পিছত কেনেদৰে অতিবাহিত হ'ল বান্দৰ বাৰু শিয়ালৰ সময়বোৰ? ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ 'বুঢ়ী আইৰ সাধু'ৰ পৰা তুলি অনা বান্দৰ আৰু শিয়ালৰ এই ৰসাল সাধুটো এইবাৰ পঢ়িছে আমাৰ আটাইৰে মৰমৰ চেতনা দাস আইতাই।
© 2021 Storyside IN (Audiobook): 9789354340369
Release date
Audiobook: 18 May 2021
English
India