Mriganabhi অৰূপা পটংগীয়া কলিতা
Step into an infinite world of stories
মাজ চোতালৰ কথকতা হৈছে অৰূপা পটংগীয়া কলিতাৰ বহুপঠিত এখনি গল্প সংকলণ । ইয়াত সন্নিবিষ্ট গল্পসমূহৰ জৰিয়তে সমাজত নাৰীসকলে সন্মূখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ বিষয়ে কোৱা হৈছে । সমাজৰ নীতি নিয়মে কাৰাৰুদ্ধ কৰি ৰখা মনবোৰৰ দুখ যন্ত্ৰণাক চৰিত্ৰসমূহৰ দ্বাৰা প্ৰতিফলিত কৰা হৈছে । নাৰীকেন্দ্ৰিক বহূ কেইটা গল্প ইয়াত সন্নিবিষ্ট কৰা হৈছে ।
© 2021 Storyside IN (Audiobook): 9789354345722
Release date
Audiobook: 29 May 2021
Tags
English
India