Asimot Jar Heral Sima কাঞ্চন বৰুৱা
Step into an infinite world of stories
কাঞ্চনী আৰু তাইৰ গিৰিয়েকৰ সুখৰ সংসাৰ। পিছে কাঞ্চনীৰ ওপৰত পৰিল ৰজাৰ চকু। কাঞ্চনীক পাবলৈ ৰজাই তৰিলে জাল। কিন্তু কাঞ্চনী হ'ল গিৰিয়েকৰ চেনেহৰ এফাল। দুয়ো গিৰিয়েক-ঘৈণীয়েকে পাৰিলে নে ৰজাৰ দায় সাৰিব? আহাচোন সাধুটো শুনো আমাৰ সকলোৰে মৰমৰ চেতনা দাস আইতাৰ মাতত!
© 2021 Storyside IN (Audiobook): 9789354341649
Release date
Audiobook: 29 May 2021
Tags
English
India