Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
Step into an infinite world of stories
মণিকুন্তলা ভট্টাচাৰ্যৰ 'জলকন্যা' অসমীয়া সাহিত্যৰ এখন উল্লেখযোগ্য উপন্যাস। মধ্য অসমৰ বুৰঞ্জীমূলক কাহিনী আৰু প্ৰাচীন ৰাজ্যৰ ভগ্নাৱশেষক কেন্দ্ৰ কৰি সেই অঞ্চলৰ বাসিন্দাসকলৰ সমাজ জীৱনত বিশ্বাস-অবিশ্বাসৰ প্ৰভাৱ বৰ সুন্দৰভাৱে উপন্যাসখনত ফুটি উঠিছে। উপন্যাসখনৰ নায়িকাৰ মনস্তত্বক, তেওঁৰ জীৱন পৰিস্থিতি তথা অস্থিৰতাক সাৱলীলভাৱে দাঙি ধৰাত ঔপন্যাসিক সফল।
© 2021 Storyside IN (Audiobook): 9789353987466
Release date
Audiobook: 4 June 2021
Tags
English
India