Asimot Jar Heral Sima কাঞ্চন বৰুৱা
Step into an infinite world of stories
ঈশ্বু। এটা সৰু ল'ৰা ঈশ্বু। পিছে বয়সৰ অনুপাতে তাৰ চিন্তাধাৰা অলপ বেলেগ। সপোনৰ ৰাজ্যত ঘূৰি ফুৰা বয়সতে ঈশ্বুৱে মুখামুখি হয় কিছু অপ্ৰিয় বাস্তৱৰ। সমাজৰ অন্ধবিশ্বাস, ডাইনীৰ সন্দেহত মানুহক অমানুষিক শাস্তি প্ৰদান কৰা দৃশ্য দেখি দুখত কান্দি উঠা অকনমানি ঈশ্বুৰ বন্ধু ধৰ্মেন্দ্ৰ। পিছে কোন এই ধৰ্মেন্দ্ৰ? ধৰ্মেন্দ্ৰৰ লগত ঈশ্বুৰ বন্ধুত্ব একেভাগে থাকিলনে? আহক শুনোঁ আইচেংফা বৰুৱাৰ কণ্ঠত মণিকুন্তলা ভট্টাচাৰ্য্যৰ শিশু উপন্যাস "ঈশ্বু"।
© 2021 Storyside IN (Audiobook): 9789353987510
Release date
Audiobook: 15 January 2021
English
India