Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
Step into an infinite world of stories
Fiction
'জহৰ-মহৰ' মণিকা দেৱীৰ এটা বহুপঠিত গল্প। সাপৰ বিষ নোহোৱা কৰা এটা দ্ৰব্যৰ নাম জহৰ-মহৰ। কিন্তু সাপৰ বিষতকৈ মাৰাত্মক বিষ জীৱনত পাই অহা মানুহগৰাকীয়ে জীৱনকেই জহৰ-মহৰ বুলি গ্ৰহণ কৰিছে। তেওঁৰ প্ৰয়োজন আছে জানো সাপৰ বিষ মৰা দৰৱৰ? 'জহৰ-মহৰ'ত মণিকা দেৱীৰ কাহিনী কথনে শুনোতাজনক লৈ যায় ভাৱনাৰ অন্য এখন জগতলৈ য'ৰ পৰা উভতোতে প্ৰখৰ জীৱনী-শক্তিৰে মহীয়ান তথা শক্তিশালী হৈ উভতি আহিব পাৰি।
© 2021 Storyside IN (Audiobook): 9789353987626
Release date
Audiobook: 10 January 2021
English
India