Asimot Jar Heral Sima কাঞ্চন বৰুৱা
Step into an infinite world of stories
প্ৰাইভেট কোম্পানীবোৰত কাম কৰা শ্ৰমিকসকলৰ বাৰু জীৱন কেনেধৰণৰ হ'ব পাৰে? ঠিক দৰিদ্ৰও নহয়, অথচ এসাঁজ পেট ভৰাই খাবলৈয়ো নাপায়। তেনে শ্ৰমিকৰ জীৱনগাঁথা এই উপন্যাসখনৰ মূল বিষয়। কাশ্মীৰৰ চন্দ্ৰভাগা নদীৰ ওপৰত দলং বন্ধা শ্ৰমিক সকলৰ কাহিনী এইয়া। কোন আছিল সোণী? আৰু সোণীৰ প্ৰেমিক? একেলগ হ'ল নে সিঁহত দুয়ো? নে দুয়ো নিজৰ নিজৰ পথৰে পথিক হৈ আঁতৰি গ'ল। এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক প্ৰথিতযশা ঔপন্যাসিক মামণি ৰয়ছম গোস্বামীৰ উপন্যাস "চেনাবৰ সোঁত"।
© 2021 Storyside IN (Audiobook): 9789354340338
Release date
Audiobook: 19 May 2021
English
India