Ramtangun Premnarayan Dutta
Step into an infinite world of stories
"সোণৰ পাহাৰ " প্ৰসিদ্ধ হিন্দী সাহিত্যিক 'প্ৰেমনাৰায়ণ' ৰ 'পা-ফু' ছিৰিজৰ অন্তৰ্গত এখন জনপ্ৰিয় উপন্যাস - সোণৰ পাহাৰ. এই উপন্যাসখনৰ জৰিয়তে এচাম কুচৰিত্রৰ লোকে কৰা দুৰ্নীতি আৰু এই লোকসকলক উচিত শাস্তি প্ৰদান কৰা 'পা-ফু' দলৰ সদস্য সকলৰ ৰোমাঞ্চকৰ কাহিনী । এই ৰোমাঞ্চকৰ অভিজ্ঞতাৰ সাক্ষী হ'বলৈ শুনক সোণৰ পাহাৰ পাপলু চেতিয়াৰ কন্ঠত কেৱল 'ষ্টৰিটেল' ৰ যোগেদি ॥
© 2023 Storyside IN (Audiobook): 9789355446107
Release date
Audiobook: 9 March 2023
English
India