Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
Step into an infinite world of stories
সন্তানহীনা মইনা মাহী আৰু ঘাট মাউৰা শিশু অঞ্জন আৰু মীনা। এফালে মইনা মাহীৰ নিজস্ব সপোন, আনফালে অঞ্জন আৰু মীনাৰ বিখ্যাত চিত্ৰশিল্পী হৈ উঠাৰ উচ্চাকাংক্ষা। কিন্তু অঞ্জন-মীনাৰ সপোনৰ বাধা হৈ পৰে মইনা মাহী। আনহাতে দুয়ো পক্ষৰ মাজত থিয় হৈ ৰোৱা ৰঘুকা। কি হয়গৈ শেষ পৰিণতি? মাতৃত্বৰ মমতাৰে বান্ধি ৰাখিব পাৰিলে নে মইনা মাহীয়ে অঞ্জন আৰু মীনাক? সিহঁতৰে বা সপোনটোৰ কি হ'লগৈ? সুখ-দুখ, প্ৰাপ্তি-অপ্ৰাপ্তিৰ প্ৰেম প্ৰৱঞ্চনাৰ এক সুখ পাঠ্য উপন্যাস কাঞ্চন বৰুৱাৰ 'সুবৰ্ণ বলয়'।
© 2021 Storyside IN (Audiobook): 9789354344053
Release date
Audiobook: 20 July 2021
English
India