Nixongota হোমেন বৰগোহাঞি
Step into an infinite world of stories
সুবালাক বহুত পুৰুষে বহুত নামেৰে মাতে যদিও নিজৰ বাবে তাই কেবল সুবালা।নাৰীত্বৰ অনুভুতিবোৰ জীৱনত সযতনে ৰাখাৰ হেঁপাহ সুবালায়ো কৰিছিল। কিন্তু জীৱনে তাইক তেনে সুযোগ দিলে জানো? পেটৰ খাতিৰত বহুজনৰ শৰ্যাসংগিনী হবলৈ বাধ্য হোৱা সুবালাই কেতিয়াবা কাৰোবাৰ পত্নী হব নে? তাই জীৱনৰ কথা ভাবে আৰু হাঁহে। হোমেন বৰগোহাঞিৰ 'সুবালা' বাৰবণিতাৰ এগৰাকী বাৰবণিতাৰ জীৱন, প্ৰেম, আশা-আকাংক্ষাক উন্মোচিত কৰা এখন মৰ্মস্পৰ্শী উপন্যাস।
© 2021 Storyside IN (Audiobook): 9789353988500
Release date
Audiobook: 10 February 2021
Tags
English
India