Xorobjaan লক্ষ্মীনাথ বেজবৰুৱা
Step into an infinite world of stories
Classics
মাক চিলনী জীয়েক মানুহ। জীয়েকক চিলনীয়ে সদাগৰলৈ বিয়া দিলে। পিছে চিলনী মাকে ডাঙৰ-দীঘল কৰা জীয়েকে মানুহৰ ধৰণ-কৰণ নাজানে। 'আগলতি কলাপাত ল'ৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে'- এনেকৈ আয়েকক মাতি জীয়েকে সহায় পাই আছিল। পিছে এদিন চিলনী নহা হ'ল। জীয়েকে মাতেহে মাতে, চিলনী নাহে। কি হ'ল চিলনীৰ? আহাচোন সাধুটো শুনো আমাৰ সকলোৰে মৰমৰ চেতনা দাস আইতাৰ মাতত!
© 2021 Storyside IN (Audiobook): 9789354341748
Release date
Audiobook: 29 May 2021
Tags
English
India