Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
Step into an infinite world of stories
বিছাৰ উপদ্ৰৱত হায়ৰাণ হোৱা নগৰখনলৈ আহে জীৱ-বিজ্ঞানী সত্যপ্ৰিয় কৌশিকৰ নেতৃত্বত এটা গৱেষকৰ দল। কিন্তু এয়া জানো সাধাৰণ বিছা? নগৰখনক এফালৰ পৰা ছানি ধৰা বিশাল আকাৰৰ বিছা আৰু মকৰাবিলাকৰ পৰা মানুহবোৰৰ উদ্ধাৰ সম্ভৱ হ'ল নে? প্ৰযুক্তিৰ ক্ষমতাত অন্ধ মানুহে পাৰিব নে প্ৰকৃতিৰ এই প্ৰতিশোধৰ বিৰুদ্ধে ঠিয় দিব? অসমৰ ৰহস্য-সম্ৰাটৰূপে খ্যাত ৰঞ্জু হাজৰিকাৰ 'অধম কীটৰ দংশন' এখন নোম শিয়ৰাই তোলা হৰৰ উপন্যাস। আহক শুনোঁ বেদান্ত কুমাৰ শৰ্মাৰ কণ্ঠত।
© 2021 Storyside IN (Audiobook): 9789353987992
Release date
Audiobook: 15 January 2021
Tags
English
India