Mure Puwa Sur Kore Haat Jur মণিকা দেৱী
Step into an infinite world of stories
4
Short stories
সৰু ল'ৰাটোৱে চহৰৰ পৰা অহা বৰদেউতাকলৈ অপাৰ আগ্ৰহেৰে ৰৈ থাকে। বৰদেউতাকৰ স্কুটাৰখন তাৰ অনন্ত কৌতুহলৰ উৎস। গাঁৱত কাৰো স্কুটাৰ নাই। বৰদেউতাকৰ স্কুটাৰৰ পাচফালে উঠি সি সমনীয়াৰ আগত গৌৰৱ কৰিব আৰু টাউনলৈ ফুৰিবলৈ যাব- এনে কিছু সপোনে অকমানি ল'ৰাটোক স্বপ্নবিভোৰ কৰি ৰাখে। বৰদেউতাক আহিলেই সি সপোন দেখে। পিছে ইমান সৰল নে বৰদেউতাকৰ পৃথিৱীখন? মণিকা দেৱীৰ গল্পই পাঠক-শ্ৰোতাৰ অন্তৰৰ সৰলতম অংশক জোকাৰি যায়। তাতোকৈ অদ্ভুত কথাটো হ'ল যে নিম্ন-মধ্যবিত্তিয় জটিলতাত সোমাই থাকিও চৰিত্ৰসমূহৰ সৰলতা হেৰাই নাযায়। 'বৰদেউতা আহিবৰ দিনা' শুনোঁ আহক।
© 2021 Storyside IN (Audiobook): 9789353987664
Release date
Audiobook: 10 January 2021
Tags
English
India